মোৰে নো মনৰে কথাটি জান তইও
বুজা নাই
বিয়া পাতোং বিয়া পাতোং লাগে কিয়নো তোকে দেখা পায়,
ঐ ৰঙাকৈ লেডি বাৰ্ডত মোৰে তৰামাই কলেজলৈ যায়
লাজুকী চাৱনি
বগা কলা ফুলে কঁলিজা কপায়
ঐ কজলা চুলিৰ ভাঁজত উতলা যৌৱন
শেতেলীতে শুব নোৱাৰোঁ
তোকে পোৱাৰ মন ঐ
লা লা লা লা লা লা লা
ঐ গাঁৱৰ মুৰত তোমাৰ চকুত ফুলে তগৰ ফুল
প্ৰেমতে গোন্ধাই আমোল মোল
লগৰ বোৰে তোমাকে লৈ কৰে হুলস্থুল
মই হ'লো সুদীৰৰে জী লাগে যদি দায়
সেই বাবেহে মন থাকিও কথা দিয়া নাই
নাচাবা সেয়ে তেনেকৈয়ে বলীয়া হয় মন দুষ্ট চকুৰ চাৱনীতে তোমাক পোৱাৰ মন ঐ দুষ্ট চকুৰ চাৱনীতে তোমাক পোৱাৰ মন
সৌ আকাশতে ধিমিক ধিমিক জিলিকা তৰা
জীৱন নদীৰ পাৰে পাৰে বলে ধুমুহা
ঐ
জীৱন নদীৰ পাৰে পাৰে বলে ধুমুহা
প্ৰেমৰ বানত গড়া খহে
ঘনে ঘনে হৃদয় ভাঙে
আশা বোৰে পাখী মেলি উৰি গুছি যায়
দিয়া যদি অযুত মৰম মোৰে হৃদয়ত গামখাৰু পিন্ধাম প্ৰেমৰ অহা বহাগত ঐ।।