বেদনা যে আজি মনে কি জানে
তোমাকে যে আজি মনে বিচাৰে
অভিমানী দুবাহুত আজি
কিনো কোৱা থাকিবানে তুমি
আজি মনৰ আবেগত
আজি মনে কি জানে
আজি মনে বিচাৰে কিনো কোৱা
আজি মনে তোমাকেই
আজি মনত তুমিয়েই
আজি মনে বিচাৰে কিনো কোৱা
তোমাকেই যে আজি মনে বিচাৰে
আজি তুমি মনৰ কল্পনা
হৃদয়ত যে আজি তোমাৰেই হাঁহি
কিনো যাদু দুচকুতেই তোমাৰ
ৰাখিমে তোমাক সদায় দুবাহুৰ মাজতে
থাকিমেই তোমাৰ সৈতে বুজানে তুমিয়েই
আজি মনৰ আবেগত
আজি মনে কি জানে
আজি মনে বিচাৰে কিনো কোৱা
আজি মনে তোমাকেই
আজি মনত তুমিয়েই
আজি মনে বিচাৰে কিনো কোৱা
বেদনা যে আজি মনে কি জানে
তোমাকে যে আজি মনে বিচাৰে
অভিমানী দুবাহুত আজি
কিনো কোৱা থাকিবানে তুমি
আজি মনৰ আবেগত
আজি মনে কি জানে
আজি মনে বিচাৰে কিনো কোৱা
আজি মনে তোমাকেই
আজি মনত তুমিয়েই
আজি মনে বিচাৰে কিনো কোৱা